logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

remedial action
উপচাৰী কার্য্যব্যৱস্থা

remedial measures
উপচাৰী উপায়

remedial transfer
উপচাৰী স্থানান্তৰণ, উপচাৰী বদলিকৰণ

reminder
অনুস্মাৰক, স্মৰণ পত্র

remission
1. ৰেহাই, অব্যাহতি 2. স্থগন 3. উপশম 4. ধন প্রেৰণ

remit
1. ৰেহাই দে, অব্যাহতি দে 2. স্থগন কৰ 3. উপশম কৰ 4. ধন প্রেৰণ কৰ

remitee
পোৱা জন

remittance
প্রেৰিত ধনৰ পৰিমাণ, বিপ্রেষণ

remote
দূৰস্থ, দূৰণিবটীয়া

remote control
দূৰ নিয়ন্ত্রণ


logo