logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

restricted leave
প্রতিবন্ধিত ছুটী

restriction
প্রতিবন্ধ, বাধা

result oriented work
পৰিণামোন্মুখ কার্য্য

resume
1.ফিৰাই ল 2. আকৌ আৰম্ভ কৰ 3. আকৌ গ্রহণ কৰ 4. সারাংশ প্রস্তুত কৰ 5. দ্বিৰুক্তি কৰ

resummon
পুনঃ চমন কৰ

resumption
পুনৰ আৰম্ভ কৰ

retain
1.স্বাধিকাৰত ৰাখ 2. ধৰি ৰাখ 3. নিহিত ৰাখ 4. সংৰক্ষিত কৰ

retention price
ধাৰণ মূল্য

retired
সেৱা-নিবৃত্ত

retirement
সেৱা-নিবৃত্তি


logo