logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

assassination
হত্যা, হনন

assault
আক্রমণ

assemble
1.থূপ খুৱা 2. গোট খা 3. সংযোজিত কৰ

assembly
1.সভা, সমাজ, মণ্ডলী 2. ব্যৱস্থাপক সভা, বিধানসভা 3. যি ঠাইত যন্ত্রৰ অংশবোৰ সংযোজিত কৰা হয়

assent
সন্মতি, স্বীকৃতি

assert
দৃঢ়তাৰে ক, জোৰ দি ক

assessee
নির্দ্ধাৰিতী

assessment
নির্দ্ধাৰণ

assessment year
নির্দ্ধাৰণ বর্ষ

assessor
কৰ নির্দ্ধাৰক


logo