logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

severe action
কঠোৰ কার্য্যব্যৱস্থা

sewage
পূতিজল, পূতিকা

sex
1.লিঙ্গ 2. যৌন 3. কাম

sex discrimination
লিঙ্গ বৈষম্য

share
1. অংশ, শ্বেয়াৰ, ভাগ 2. সমভাগী হ

share holder
অংশধাৰক, শ্বেয়াৰ হল্ডাৰ

sharing
সমভাগী হোৱা

shift
1. স্থানান্তৰ কৰ 2. পৰিৱর্ত্তন কৰ 3. স্থান পৰিৱর্ত্তন কৰ 4. বিচ্যুত হ, বিস্থাপন হ 5. কামৰ পাল

shift system
পাল প্রণালী

shift transfer
পাল সলনি


logo