logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

record book
অভিলেখ পঞ্জী

record of service
সেৱা অভিলেখ

recourse
সাহায্য ভিক্ষা, আশ্রয় মাগন

recover
1.ঘূৰাই পা, পুনৰুদ্ধাৰ কৰ 2. আদায় কৰ 3. সুস্থ হ, গা টঙা

recovery
1.পুনৰ প্রাপ্তি, পুনৰুদ্ধাৰ 2. ৰোগমুক্তি, আৰোগ্য 3. প্রাপ্তি, পাওন

recreation
অবসৰ বিনোদন, মনোৰঞ্জন

recruit
1.ভর্ত্তি কৰ 2. ন সৈনিক, রংৰুট

recruiting authority
1.ভর্ত্তি প্রাধিকাৰী 2. ভর্ত্তি প্রাধিকৰণ

recruitment
ভর্ত্তি

recruitment rules
ভর্ত্তি নিয়মাৱলী


logo