logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

removal
অপসাৰণ

remuneration
পাৰিশ্রমিক

render
1.তাপ দি গলা 2. সমর্পণ কৰ 3. দাখিল কৰ, পেছ কৰ 4. পৰিশোধ কৰ 5. পৰিণত কৰ6.প্রদান কৰ7.অনুবাদ কৰ8.সম্পাদ

renewal
নবীকৰণ

renewal of demand
দাবীৰ নবীকৰণ, দাবী পুনৰ উল্লেখ

renounce
ত্যাগ কৰ

renovation
জীর্ণসংস্কাৰ, নবীকৰণ

rent
1.ভাৰা 2. খাজনা

rented space
ভাৰালৈ লোৱা স্থান

reopening
পুনঃ আৰম্ভ


logo