logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

rectification
পৰিশোধন, শুধৰণী

recurring
পুনৰাবর্তক

red-tapism
ৰঙা ফিটাৰ মেৰ-পেঁচ

redeem
1.পুনৰ ক্রয় কৰ 2. ধন দি মোকলাই আন 3. ভঙা 4. কথা ৰাখ 5. পাপমোচন কৰ

redemption
1. পাপমোচন, মুক্তি, উদ্ধাৰ 2. ঋণমুক্তি, দায়মুক্তি, বন্ধকি খালাচ

redirected
পুনঃপ্রেৰিত

redress
নিবাৰণ কৰ, দূৰ কৰ

redressal
নিবাৰণ

reduction
1. অপচয়ন, হ্রসন 2. বিজাৰণ

redundant
প্রয়োজনাধিক


logo