logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

average leave
সাধাৰণ ছুটী

aversion
ঘৃণা, বিদ্বেষ, বিতৃষ্ণা, বিৰুচি

avert
প্রতিহত কৰ

avoid
1.এৰাই ফুৰ, ফালৰি কাট 2. পৰিহাৰ কৰ 3. বাতিল কৰ, অনুমোদনহীন কৰ

avoidance of tax
কৰ দিয়া এৰাই চলা

awaited
প্রতীক্ষিত

award
1.ৰায়, আদালতৰ সিদ্ধান্ত 2. পুৰস্কাৰ, বঁটা, পাৰিতোষিক 3. প্রদান কৰ 4. অধিনির্ণয়

awarding authority
অধিনির্ণয়ন প্রাধিকাৰী

awareness
সচেতনতা, সজাগতা

B


logo