logo
भारतवाणी
bharatavani  
logo
ভাৰতীয় ভাষাৰ মাধ্যমেৰে জ্ঞান
Bharatavani

প্ৰায়ে সোধা প্ৰশ্নসমূহ

ভাৰতবাণী প্ৰকল্পৰ ৰাজহুৱা তথ্যৰ খচৰা:

ক) ভাৰতবাণী কি? ভাৰতবাণী প্ৰকল্পৰ দৰ্শন কি?

  • বিভিন্ন ধৰণৰ মাল্টিমিডিয়া যেনে লিখিত, শ্ৰাব্য, দৃশ্য-শ্ৰাব্য, ছবি আদিৰ ব্যবহাৰৰ জৰিয়তে এটা জালপঞ্জীত (Website) বিভিন্ন ভাষাত আৰু ভাষাবোৰৰ বিষয়ে জ্ঞান প্ৰসাৰৰ লক্ষ্য আগত ৰাখি ভাৰতবাণী নামৰ প্ৰকল্পটো আৰম্ভ কৰা হৈছে । এই প্ৰকল্পটোৱে সকলোকে সামৰি লোৱাৰ উপৰিও, ই হ’ব যথেষ্ট গতিশীল, ভাৱ বিনিময়মূলক আৰু পৰিমিতাচাৰী । বৰ্তমানৰ তথ্য প্ৰযুক্তি আৰু ডিজিটেল পৃথিবীত ভাৰতক এক মুক্ত জ্ঞান সমাজ হিচাপে গঢ়ি তোলাই হৈছে এই প্ৰকল্পৰ প্ৰধান লক্ষ্য ।

খ) ভাৰতবাণী জ্ঞান পৰ্টেলৰ দ্বাৰা কোন কোন লাভান্বিত হ’ব?

  • বয়স, লিংগ, আয়, পটভূমি, আনুষ্ঠানিক-অনানুষ্ঠানিক শিক্ষা, আদি নিৰ্বিশেষে সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে এই পৰ্টেলটো সহজলভ্য হ’ব । অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ওপৰলৈ সকলো নাগৰিককে এই প্ৰকল্পটোৱে সেৱা আগবঢ়াব ।

গ) ভাৰতবাণীৰ বাবে সমলবোৰ কেনেকৈ একত্ৰিত কৰা হ’ব?

  • ভাৰতবাণীয়ে মাল্টিমিডিয়া আৰ্হিত সূচীকৃত সকলোবোৰ ভাষাৰ বাবেই চৰকাৰী, বেচৰকাৰী অনুষ্ঠান প্ৰতিস্থান, শিক্ষানুষ্ঠান, শিক্ষা পৰিষদ, পাঠ্যপুথি প্ৰণয়ন স্ংস্থা, বিশ্ববিদ্যালয়, শেক্ষিক সমাজ, প্ৰকাশন পৰিষদ আদি সকলোৰে পৰাই জ্ঞানৰ সমল সংগ্ৰহ কৰিব ।

ক) ভাৰতবাণীয়ে ব্যক্তিগত খণ্ডৰ অনুষ্ঠানকো অনুৰোধ জনাব যাতে তেওঁলোকৰ অনলাইন সমলবোৰ একেলেঠাৰিয়ে ব্যৱহাৰ কৰিব পৰা যায় ।

খ) সমলবোৰৰ নিৰ্বাচন আৰু অগ্ৰাধিকাৰৰ মঞ্জুৰ দিবলৈ যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । সম্পাদনা সমিতিৰ পৰামৰ্শবোৰ উপদেষ্টামণ্ডলীৰ অনুমোদনৰ পিছত সিদ্ধান্ত লোৱা হ’ব ।

গ) ভাৰতবাণী প্ৰকল্পৰ মূল অভিকেন্দ্ৰই হৈছে জ্ঞানগৰ্ভ সমল প্ৰকাশ কৰা । অবশ্যে ইয়াৰ লগতে উপদেষ্টা সমিতিৰ অনুমোদিত নিয়মৰ ভিতৰত থাকি ই কিছুমান প্ৰতিনিধিত্বমূলক অকাল্পনিক সমলো প্ৰকাশ কৰিব ।

ঘ) ভাৰতবাণীয়ে ইয়াৰ সমলবোৰৰ গুণগত মান কেনেকৈ নিশ্চিত কৰিব ?

  • ভাৰতবাণীয়ে বিষয় বিষেশজ্ঞ সকলে লিখা সমলবোৰ প্ৰকাশ কৰিব লগতে ‘কেন্দ্ৰীয় ভাষা প্ৰতিস্থান’ আদিৰ দৰে প্ৰতিস্থানৰ প্ৰকাশিত সমলবোৰ প্ৰকাশ কৰিব ।
  • নতুনকৈ প্ৰকাশিত সমলবোৰৰ বাবে প্ৰতিটো ভাষাৰ বাবে ভাৰতবাণীৰ নিজৰ সম্পাদনা সমিতি থাকিব ।
  • নিৰ্ভুল সমল প্ৰকাশ কৰিবলৈ সকলো যাবতীয় ব্যৱস্থা হাতত লোৱা হ’ব ।

ঙ) ভাৰতবাণীয়ে তথ্য প্ৰযুক্তিৰ আহিলা প্ৰকাশ কৰিবনে?

  • ভাৰতবাণীয়ে সকলো ভাৰতীয় ভাষাৰ বাবে শেষতীয়া তথ্য প্ৰযুক্তিৰ আহিলাবোৰক ব্যৱহাৰোপযোগী কৰিবৰ বাবে এক প্লেটফ’ৰ্ম হিচাপে কাম কৰিব । ই সংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিব যিয়ে TDIL ৰ দৰে এনে আহিলা আৰু সজুলি উন্নয়নত কাম কৰি আছে । ভাষিক আহিলা যেনে ফণ্টচ্‌ , চফ্‌টৱেৰ, টাইপিং সজুলি, মোৱাইল এপ্পচ্, বহুভাষিক অনুবাদ সজুলি, শব্দৰ পৰা ধ্বনি, ধ্বনিৰ পৰা শব্দ, আদি সজুলিবোৰ সহজলভ্য কৰি তোলা হ’ব ।

চ) বহল অৰ্থত সমাজৰ বাবে ভাৰতবাণীয়ে কি উপকাৰ সাধিব ?

  • ভাৰতবাণীয়ে ভাৰতীয় ভাষা আৰু মাতৃভাষাক বৃহৎ পৰিমানে ইণ্টাৰনেটত দৃশ্যমান/সহজলভ্য কৰি তুলিব, যাৰ বাবে বৰ্তমানৰ নতুন প্ৰজন্মই সকলো অনলাইন গতিবিধি যেনে ব্ল’গিং, সামাজিক মাধ্যম, অধ্যয়ন আদিৰ বাবে মাতৃভাষা ব্যৱহাৰ কৰিবলৈ উৎসাহিত হ’ব ।
  • ভাৰতবাণীয়ে বিপদাপন্ন ভাষা, সংখ্যালঘু ভাষা, সৰু ভাষা গোষ্ঠী, জনজাতীয় ভাষা আৰু মাতৃভাষাক অনলাইনত বিশেষ স্থান আৰু মৰ্যাদা প্ৰদান কৰিব ।
  • প্ৰায় সকলোবোৰ ভাষা আৰু মাতৃভাষাক সামৰি ভাৰতবাণীয়ে দূৰ দূৰনিত থকা বিভিন্ন গোষ্ঠী, সমূদায় আদিৰ মাজত সাংস্কৃতিক সংহতি স্থাপন কৰাত সহায় কৰিব ।

ছ) ভাৰতবাণীয়ে চৰকাৰী তথ্য প্ৰচাৰ কৰিবনে?

  • ভাৰতবাণী প্ৰকল্পৰ কৃষি, বেপাৰ বানিজ্য, শিক্ষা, সামাজিক ক্ষেত্ৰ আদিৰ বিষয়ে সময় মতে সেৱা প্ৰদান কৰা অন্যান্য মহত্বপূৰ্ণ /আবশ্যক পৰ্টেলৰ সৈতে সম্বন্ধ থাকিব যাৰ জৰিয়তে সকলো নাগৰিকে এটা পৰ্টেলৰ জৰিয়তেই জ্ঞান আৰু তথ্য প্ৰাপ্তি সম্ভৱ হৈ উঠিব ।

জ) ভাৰতবাণীত কি কি ভাষা সংযোজিত কৰা হ’ব ?

  • প্ৰথম বৰ্ষত ২২ টা অনুসূচিত ভাষা (অসমীয়া, বাংলা, বড়ো, ডোগৰি, গুজৰাটী, হিন্দী, কান্নাড়, কাশ্মীৰী, কংকনী, মালায়ালম, মনিপুৰী, মৈথিলী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাবী, সন্তালী, সংস্কৃত, সিন্ধী, তামিল, টেলুগু আৰু উৰ্দু) ক সন্নিবিষ্ট কৰা হ’ব । ইয়াৰ পিছত অন্য ভাষাবোৰক পৰ্যায় ক্ৰমে অন্তৰ্ভুক্ত কৰা হ’ব ।

ঝ) ভাৰতবাণীৰ বাস্তবসন্মত লক্ষ্য কি? ভাৰতবাণীত প্ৰকাশিত সমলবোৰ কেনেধৰণৰ হ’ব ?

  • ভাৰতবাণীয়ে প্ৰথম আৰুঅ দ্বিতীয় বৰ্ষৰ কাম আৰম্ভ কৰাৰ লগে লগেই জ্ঞানৰ সমল বৃদ্ধি কৰিবৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত এখন তালিকা প্ৰস্তুত কৰি উলিয়াব। ইয়াৰ পিছত অহা (৫) পাছ বছৰৰ বাবে বিশেষ সমল বৃদ্ধিৰ লক্ষ্য আগত ৰাখি প্ৰতিটো ভাষা আৰু মাতৃভাষাৰ বাবে কাম হাতত ল’ব । প্ৰাথমিক পৰ্যায়ত CIIL ৰ প্ৰকাশন বোৰকে ধৰি সহজতে উপলব্ধ সমলবোৰ প্ৰকাশ কৰিব ।

ঞ) ভাৰতবাণীয়ে নিম্নোল্লেখিত কামবোৰ হাতত ল’ব:

  • ভাষা আৰু সাহিত্যৰ প্ৰলেখন ডিজিটেল আৰু বৈদ্যুতিন আৰ্হিত তৈয়াৰ কৰা ।
  • লিপি তৈয়াৰ কৰা, ইয়াৰ নামকৰণ কৰা আৰু লগতে টাইপ কোড দিয়া ।
  • শব্দকোষ আৰু শব্দাৱলী নিৰ্মান কৰা ।
  • সাহিত্য (লিখিত বা মৌখিক) আৰু জ্ঞান গ্ৰন্থবোৰৰ আধুনিক আৰু শাস্ত্ৰীয় ভাষালৈ অনুবাদ ।
  • অনলাইন ভাষা শিক্ষণ, ভাষা শিকা আৰু শিক্ষণ প্ৰশিক্ষন আৰু প্ৰমান পত্ৰ দিয়া, আৰু অনলাইন ভাষা পৰীক্ষা লোৱা আৰু মূল্যাংকন কৰা য’ত ধাৰাবাহিক, ব্যাপক মূল্যাংকনৰ সুব্যৱস্থা থাকিব।

ট) ভাৰতবাণীত প্ৰকাশিত সমলবোৰ নি:শুল্কভাৱে ব্যৱহাৰ কৰিব পৰা যাবনে? ভাৰতবাণীত প্ৰকাশিত সমলবোৰৰ প্ৰতিলিপি স্বত্ব কেনেদৰে সুৰক্ষিত কৰা হ’ব ?

  • ভাৰতবাণী সাধাৰণ নাগৰিক, বিশেষকৈ ভাৰতীয় নাগৰিকৰ মাজত জ্ঞান বিতৰণ কৰিবৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে । সেয়েহে ইয়াত থকা সকলো সমল নি:শুল্ক হ’ব আৰু শিক্ষা আৰু গবেষণাৰ বাবে ব্যৱহৃত হ’ব ।
  • এই পৰ্টেলটো ভাৰতীয় প্ৰতিলিপি স্বত্ব আইন ১৯৫৭ চনৰ অধীনত থাকিব আৰু কিছুমান গতিবিধি দফা ৫২ ৰ অধীনত প্ৰতিলিপি স্বত্ব উলংঘন কৰাটো নুসুচায় ।

ঠ) ব্যক্তিগত প্ৰতিস্থান আৰু ব্যক্তিয়ে ভাৰতবাণীত অৱদান আগবঢ়াব পাৰিবনে? ভাৰতবাণীয়ে ইয়াৰ সমলবোৰৰ বাবে কিবা মাননী আগবঢ়াব নে?

  • নিশ্চয় । তেওঁলোকে তেওঁলোকৰ মৌলিক সৃষ্টিৰাজিক অকাল্পনিক জ্ঞানমূলক ৰচনা সমলবোৰ ইয়াত প্ৰকাশৰ বাবে দিব পাৰিব । তেওঁলোকৰ অৱদানৰ বাবে লিখকৰ প্ৰাপ্তি স্বীকাৰ কৰাৰ লগতে তেওঁলোকৰ নাম উল্লেখ থাকিব । অৱশ্যে সম্পাদনা সমিতিৰ অনুমতি সাপেক্ষেহে সেই সমলবোৰ গ্ৰহণ কৰা হ’ব ।
  • ভাৰতবাণীয়ে এই সমলবোৰ মাতৃভাষাতেই অনলাইনত জমা দিয়াৰ বাবে ব্যৱস্থা কৰি দিব ।
  • সেই সমলবোৰ একেৰাহে কোনোবাই ব্যৱহাৰ কৰিলে কি মাননী দিয়া হ’ব সেয়া উপদেষ্টা সমিতিয়ে মৌলিক সমলবোৰত নিৰ্দ্ধাৰিত ৰখা ধন, মৌলিকতা আৰু ব্যাপকতাৰ ওপৰত ভিত্তি কৰি নিৰ্দ্ধাৰণ কৰা হ’ব ।

ড) বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ভাৰতবাণী প্ৰকল্প কেনেকৈ সহজলভ্য হ’ব ?

  • ভাৰতবাণী পৰ্টেল বিকশিত কৰিবলৈ ভাৰত চৰকাৰৰ নীতি নিৰ্দেশনাৰ লগে লগে আন্ত:ৰাষ্ট্ৰীয় স্তৰত স্বীকৃত বিভিন্ন মাণদণ্ডক মনত ৰাখি আগবঢ়া হ’ব ।
  • ভাৰতবাণীয়ে নি:শুল্কভাৱে পাঠৰ পৰা বাকৰ সুবিধালব্ধ সজুলি আগবঢ়াব যাতে দৃষ্টিহীন লোকেও ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে ।

ঢ) যদি কোনোবাই ভাৰতবাণীৰ সমলবোৰ অপব্যৱহাৰ কৰে?

  • ভাৰতবাণীয়ে সাধাৰণ নাগৰিকক বিশ্বাস কৰে । ভাৰতবাণীৰ সমলবোৰ যদি কোনো লোকে চুৰি কৰি অপব্যৱহাৰ কৰে তেতিয়া সেয়া অনতিপলমে ভাৰতবাণীৰ দৃষ্টিগোচৰ কৰা উচিত । ভাৰতবাণীয়ে ইয়াৰ সমলবোৰ ভাষা শিকিবৰ আৰু প্ৰসাৰৰ বাবে ব্যৱহৃত হোৱাটো বিছাৰে যিয়ে ভাৰতীয় সমাজৰ শক্তিশালী ঐতিহ্যক সংৰক্ষণ কৰাত সহায় কৰিব ।

ণ) ভাৰতবাণীৰ প্ৰশাসনীয় গঠ্ন কেনেকুৱ হ’ব ?

  • ভাৰতবাণী পৰিচালিত হ’ব :

১. আগশাৰী ভাষাবিদ আৰু শিক্ষাবিদকে লৈ গঠিত এখন ৰাষ্ট্ৰীয় উপদেষ্টা সমতিৰি দ্বাৰা।

২. পর্টেল আৰু ভাষাৰ সঁজুলিবোৰৰ প্ৰযুক্তিৰ দিশবোৰত পৰামৰ্শ আগবঢ়াব পৰাকৈ এখন প্ৰযুক্তিবিদৰ উপদেষ্টা সমিতি থাকিব।

৩. ভাৰতবাণীৰ সমল বৃদ্ধি হৈৱাকৈ প্ৰতিটো ভাষাৰ সম্পাদনা সমিতি থাকিব।

ত) ভাৰতবাণী প্ৰকল্পটো ক’ত অৱস্থিত হ’ব?

  • ভাৰতবাণী প্ৰকল্পৰ কাম কাজ কৰ্ণাটকৰ মহীশুড়স্থিত কেন্দ্ৰীয় ভাষা প্ৰতিস্থানৰ মূখ্য কাৰ্যালয়ৰ পৰা চলোৱা হ’ব ।

ডাক ঠিকনা:

ভাৰতবাণী প্ৰকল্প

কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিস্থান

মানস গংগোত্ৰী, হুনচুৰ ৰোড, মাইচুৰ-৫৭০০০৬

ফোন- +৯১-৮২১২৫১৫৮২০ (সঞ্চালক)

সম্ভাষণ ডেস্ক- +৯১৮২১২৩৪৫০০০

ফেক্স: +৯১৮২১২৫১৫০৩২

ই-মেইল: bharatavaniproject@gmail.com

भारतवाणी परियोजना से संबंधित जनसूचना

भारतवाणी क्या है? इस परियोजना का मंतव्य क्या है?
• भारतवाणी एक परियोजना है, जिसका उद्देश्य मल्टीमीडिया (पाठ, श्रव्य, दृश्य एवं छवि) का उपयोग करते हुए भारत की समस्त भाषाओं के बारे में एवं भारतीय भाषाओं में उपलब्ध ज्ञान को एक पोर्टल (वेबसाइट) पर उपलब्ध कराना है। यह पोर्टल समावेशी, संवादात्मक और गतिशील होगा। इसका मूल उद्देश्य है डिजिटल भारत के इस युग में भारत को मुक्त ज्ञान समाज बनाना।

भारतवाणी ज्ञान पोर्टल के लाभार्थी कौन होंगे?
• भारतवाणी का उपयोग विभिन्न सामाजिक, आर्थिक एवं शैक्षणिक (औपचारिक एवं अनौपचारिक) पृष्ठभूमि तथा सभी आयु वर्ग के लोग कर सकते हैं।

भारतवाणी के लिए सामग्री का संकलन कैसे किया जायेगा?
• भारतवाणी का उपयोग विभिन्न सामाजिक, आर्थिक एवं शैक्षणिक (औपचारिक एवं अनौपचारिक) पृष्ठभूमि तथा सभी आयु वर्ग के लोग कर सकते हैं।

भारतवाणी के लिए सामग्री का संकलन कैसे किया जायेगा?
• भारतवाणी भारत के समस्त सरकारी एवं गैर-सरकारी संस्थाओं, शैक्षणिक संस्थानों, शैक्षणिक बोर्ड, पाठ्य-पुस्तकों से संबंधित निदेशालयों, विश्वविद्यालयों, आकादमी एवं प्रकाशन गृहों आदि से ज्ञान सामग्री का संकलन मल्टीमीडिया के रूप में समस्त सूचीबद्ध भाषाओं में करेगी।
• भारतवाणी व्यक्तिगत संस्थाओं से भी आग्रह करेगी कि अनवरत ऑनलाइन उपयोग के लिए वे अपनी सामग्री को साझा करें।
• सामग्री संकलन और प्राथमिकता निर्धारण को अनुमोदनार्थ प्रस्तुत किया जाएगा। संपादकीय समिति द्वारा प्रस्तुत सिफारिशों पर सलाहकार समिति द्वारा अंतिम निर्णय लिया जाएगा।
• भारतवाणी का ध्येय ज्ञान सामग्री को प्रकाशित करना है। इसके साथ ही सलाहकार समिति द्वारा विशिष्ट मापदंडों के आधार पर चयनित कथेतर साहित्य को भी प्रकाशित करना है।

भारतवाणी सामग्री की गुणवत्ता कैसे सुनिश्चित करेगी?
• भारतवाणी सामग्री प्रकाशन की शुरुआत विषय विशेषज्ञों द्वारा रचित सामग्री तथा प्रतिष्ठित संस्थानों द्वारा प्रकाशित सामग्री से करेगी। इस क्रम में सर्वप्रथम भारतीय भाषा संस्थान द्वारा प्रकाशित सामग्रियों को लिया जाएगा।
• नव-सृजित सामग्री के प्रकाशन के संदर्भ में भारतवाणी द्वारा प्रत्येक भाषा के लिए गठित संपादकीय समिति द्वारा निर्णय लिया जाएगा।
• त्रुटि रहित सामग्री के प्रकाशन हेतु एक व्यवस्थित तंत्र स्थापित किया जाएगा।

क्या भारतवाणी भाषा से संबंधित सूचना प्रौद्योगिकी उपकरणों को सार्वजनिक करेगी?
• भारतवाणी, भारतीय भाषाओं के लिए उपलब्ध एवं अद्यतित आई.टी. उपकरणों को प्रदर्शित करने के लिए एक मंच प्रदान करेगी जो संचार मंत्रालय और सूचना प्रौद्योगिकी (एम.सी.आई.टी.) के साथ समन्वय स्थापित करेगी, जो अपनी विभिन्न एजेंसियों यथा- टी.डी.आई.एल. आदि के माध्यम से ऐसे उपकरणों के विकास में संलग्न हैं। भाषा से संबंधित विभिन्न उपकरणों यथा- फॉन्ट, सॉफ्टवेयर, टंकण उपकरण, मोबाइल एप्स, बहुभाषी अनुवाद उपकरण, पाठ से वाक् एवं वाक् से पाठ आदि उपलब्ध कराए जाएँगे।

बृहद पैमाने पर समाज के लिए भारतवाणी से क्या लाभ हैं?
• भारतवाणी, भारतीय भाषाओं/मातृभाषाओं को बृहद पैमाने पर उपलब्ध कराएगी, जिसके परिणाम-स्वरूप युवा पीढ़ी अपनी सभी ऑनलाइन गतिविधियों यथा- ब्लागिंग, सामाजिक मीडिया और अध्ययन आदि के लिए मातृभाषा का प्रयोग करने के लिए प्रोत्साहित होगी।
• भारतवाणी, लुप्तप्राय भाषाओं,अल्पसंख्यक भाषाओं एवं जनजातीय भाषाओं/मातृभाषाओं को साइबर स्पेस में महत्वपूर्ण स्थान दिलाएगी।
• भारतवाणी, भारत की लगभग सभी भाषाओं/मातृभाषाओं के साथ-साथ भारत के सभी समुदायों के साथ संपर्क स्थापित करने, दूर-दराज़ के क्षेत्रों तक पहुँचने और सांस्कृतिक जागरूकता और समझ को बढ़ावा देने का कार्य करेगी।

क्या भारतवाणी सरकारी सूचनाओं को प्रकाशित करेगी?
• भारतवाणी परियोजना का कृषि, व्यापार, शिक्षा, सामाजिक क्षेत्र, समय पर सेवाएँ प्रदान करने वाले एवं अन्य महत्वपूर्ण/आवश्यक पोर्टल से संबंध होगा, जिससे सभी नागरिकों को एक ही पोर्टल पर संबंधित ज्ञान और सूचनाओं की प्राप्ति होगी।

भारतवाणी में किन भाषाओं को सम्मिलित किया गया है?
• भारतवाणी परियोजना के अंतर्गत २२ अनुसूचित भाषाओं सहित १०० से अधिक भाषाओं को शामिल किया गया है।

भारतवाणी का ठोस लक्ष्य क्या है? भारतवाणी में प्रकाशित सामग्री किस प्रकार की होगी?
• भारतवाणी अपने परिचालन के पहले और दूसरे वर्ष में प्राथमिकता के आधार पर निर्धारित विषयों से संबंधित ज्ञान सामग्री का सृजन करेगी। तदोपरांत अगले पाँच वर्षों के लिए प्रत्येक भाषा/मातृभाषा से संबंधित विशिष्ट सामग्री के निर्माण का लक्ष्य निर्धारित कर लिया गया है। प्रारंभ में विभिन्न भाषाओं में सहजता से उपलब्ध सामग्रियों को प्रकाशित करने का प्रयास किया जाएगा।

भारतवाणी निम्नांकित कार्यों को करेगी
१. भाषा और साहित्य का प्रलेखन डिजिटल और इलेक्ट्रानिक स्वरूप में तैयार करना
२. लिपि और उसका नामांकन तथा टाइपोग्राफी कोड तैयार करना
३. शब्दकोशों और शब्दावलियों का निर्माण करना
४. मौखिक एवं लिखित साहित्य तथा ज्ञान ग्रंथों का आधुनिक और शास्त्रीय भाषाओं में अनुवाद करना
५. ऑनलाइन भाषा शिक्षण, अधिगमएवं भाषा शिक्षक हेतु प्रशिक्षण प्रदान करना, प्रमाणपत्र देगा तथा सतत, व्यापक मूल्यांकन सहित ऑनलाइन भाषा परीक्षण और मूल्यांकन पर ध्यान देगा।

क्या भारतवाणी में प्रकाशित सामग्री का निःशुल्क उपयोग किया जा सकता है? भारतवाणी में सामग्री का कॉपीराइट कैसे सुरक्षित किया जाएगा?
• भारतवाणी, आम नागरिक, विशेष रूप से भारतीय नागरिकों के साथ ज्ञान साझा करने के उद्देश्य से निर्मित आधुनिक युग का एक पोर्टल है, अतः भारतवाणी पोर्टल पर उपलब्ध समस्त सामग्री को शैक्षणिक और अनुसंधान प्रयोजनों के लिए निःशुल्क उपयोग में लाया जा सकता है।
• भारतवाणी पोर्टल, भारतीय कॉपीराइट (संशोधन) अधिनियम २०१२ के अनुसार केवल ऐसी गतिविधियों की अनुमति देता है जो धारा ५२ के तहत कॉपीराइट उल्लंघन के अंतर्गत नहीं आते हैं।

क्या निजी संस्थानों और व्यक्तियों द्वारा भारतवाणी के लिए योगदान किया जा सकता है? क्या भारतवाणी द्वारा ऐसी सामग्रीयों के लिए मानदेय का भुगतान किया जायेगा?
• हाँ। मौलिक कथेतर साहित्य/ज्ञान सामग्री के निःशुल्क सार्वजनिक उपयोग के लिए योगदान किया जा सकता है। लेखकों के योगदान के लिए उन्हें श्रेय दिया जाएगा। इस प्रकार की सामग्री की स्वीकृति संपादकीय समिति के अनुमोदनाधीन होगी।
• ऐसी प्रदत्त सामग्रीयों को मातृभाषा में प्रस्तुत करने के लिए भारतवाणी ऑनलाइन उपकरण उपलब्ध करायेगी।
• सामग्री के सतत उपयोग के लिए मानदेय के दरों का निर्धारण सलाहकार समिति द्वारा किया जाएगा, जो मौलिक सामग्री के लिए निर्धारित वित्त, सामग्री की मौलिकता और उसकी विशिष्टता पर निर्भर करेगा।

शारीरिक रूप से अक्षम लोगों के लिए भारतवाणी कैसे सुलभ होगी?
• भारतवाणी, पोर्टल विकसित करने में भारत सरकार के दिशा-निर्देशों के साथ-साथ अंतरराष्ट्रीय स्तर पर स्वीकृत मापदंड़ो का भी अनुपालन करेगी।
• भारतवाणी, निःशुल्क रूप में पाठ से वाक् की सुविधा को उपलब्ध भाषाओं में प्रदान कराएगी ताकि नेत्रहीन लोगों द्वारा भी वेबसाइट पर उपलब्ध सामग्री का उपयोग किया जा सके।

यदि कोई भारतवाणी पोर्टल पर उपलब्ध जानकारी/सूचना का दुरुपयोग कर रहा है, तो क्या होगा?
• भारतवाणी साधारणतः नागरिकों पर विश्वास करती है। इस पर उपलब्ध सामग्री की यदि कोई नकल करता है या सामग्री का दुरुपयोग करता है तो उसे तुरंत हमारे ध्यान में लाया जा सकता है। भारतवाणी, भाषाओं को सीखने और प्रसारित करने के लिए, जो भारतीय समाज की समृद्ध विरासत के संरक्षण में सहयोगी होगा, प्रोत्साहित करती है।

भारतवाणी की प्रशासनिक संरचना क्या है?
• भारतवाणी का परिचालनः
१. प्रख्यात भाषावैज्ञानिकों एवं विषय विशेषज्ञों की एक राष्ट्रीय सलाहकार समिति के द्वारा होता है।
२. पोर्टल और भाषा उपकरणों के तकनीकी पहलुओं पर मार्गदर्शन प्रौद्योगिकी सलाहकार समिति के द्वारा प्रदान किया जाएगा।
३. भारतवाणी हेतु सामग्री संकलन के लिए भाषावार संपादकीयसमितियों का गठन किया गया है।

भारतवाणी का परिचालन कहाँ से होता है?
• भारतवाणी का परिचालन भारतीय भाषा संस्थान, मैसूर (कर्नाटक) के परिसर से होता है।

पत्र-व्यवहार का पता

भारतवाणी परियोजना

भारतीय भाषा संस्थान
मानसगंगोत्री, हुणसूर मार्ग, मैसूरू –५७०००६
दूरवाणी:+९१-८२१-२५१५८१० (निदेशक)
स्वागत-कक्ष/PABX : +९१-८२१-२३४५०००
फ़ैक्स:+९१-८२१-२५१५०३२ (कार्यालय)
परियोजना का ई-मेल:bharatavaniproject@gmail.com

Frequently Asked Questions

What is Bharatavani? What is the philosophy behind the project?

  • Bharatavani is a project with an objective of delivering knowledge in and about all the languages in India using multimedia (i.e., text, audio, video, images) formats through a portal (website). This portal would be all inclusive, interactive, dynamic and moderated. The idea is to make India a Open Knowledge Society, in the era of Digital India.

Who are the beneficiaries of Bharatavani knowledge portal?

  • Bharatavani will be accessible to all sections of society irrespective of age, gender, income, background, education (formal and informal) etc.

How the content is aggregated for Bharatavani?

  • Bharatavani collects knowledge content in all the enlisted languages in multimedia formats from all the Government and Non-Governmental Institutions, Educational Institutions, Board of Education, Directorate of textbooks, Universities, Academies, Publication Houses etc.
  • Bharatavani will also request private Institutions to share their content for perpetual online usage.
  • The approval process of prioritization and selection of content will be put in place. The recommendations by the editorial committee will be finally decided by the Advisory Committee.
  • The focus of Bharatavani is to publish knowledge content. But it will also publish representative non-fiction content based on specific criteria to be decided by the Advisory Committee.

How Bharatavani ensures the quality of the content?

  • Bharatavani will begin publishing content created by subject experts and also the content published by reputed institutions starting from the CIIL itself.
  • For the publication of newly generated content, Bharatavani will have editorial committee for each language.
  • All the mechanisms to publish error free content will be established.

Will Bharatavani publish language IT tools?

  • Bharatavani will provide a platform to showcase all the available, updated IT tools for Indian Languages. It will coordinate with the Ministry of Communication and IT (MCIT), which is developing such tools through its agencies like TDIL. Language tools such as fonts, software, typing tools, mobile apps, multi language translation tools, text to speech, speech to text etc. will be made available.

What are the benefits of Bharatavani to the society at large?

  • Bharatavani will make Indian languages/mother tongues visible on the Internet on a large scale, resulting in encouraging young generation to use their languages/mother tongues in all their online activities like blogging, social media, learning etc.
  • Bharatavani will provide endangered, minor, minority and tribal languages/mother tongue a prominent place in the cyber space.
  • By covering almost all Indian languages/mother tongue, Bharatavani will invariably connect with all the communities of India, reaching remote areas and promote cultural awareness and understanding.

Will Bharatavani publish Government information?

  • Bharatavani project will be cross linked to agriculture, business, education, social sector, timely delivery of services and other important/necessary portals so that all citizens get knowledge and information on a single portal.

Which are the languages included in Bharatavani as of now?

  • In the first year, 22 Scheduled languages (Assamese, Bengali, Bodo, Dogri, Gujarati, Hindi, Kannada, Kashmiri, Konkani, Malayalam, Manipuri, Maithili, Marathi, Nepali, Odia, Punjabi, Santali, Sanskrit, Sindhi, Tamil, Telugu and Urdu) will be covered. Thereafter, other languages will be covered in a phased manner.

What are the physical targets of Bharatavani? What are the types of content that are being published in Bharatavani?

  • Bharatavani will come out with a priority topic list for developing knowledge content for the first and second years of its operations. Thereafter, it will have specific content generation targets for each language/mother tongue for the next five years. Initially, it will strive to publish all the readily available content in different languages.
  • Bharatavani will work on the following tasks
  1. Documentation of languages and literatures in digital/electronic format.
  2. Formulating / designing scripts, typography codes.
  3. Preparation of dictionaries and glossaries.
  4. Translation of literary (both written and oral) and knowledge texts in modern and classical languages.
  5. Online language teaching, learning and language teacher training with certification shall be provided, and also, online language testing and evaluation which would include continuous, comprehensive evaluation would also be taken care of.

Will the content published in Bharatavani be accessed freely? How the copyright of the content in Bharatavani would be protected?

  • Bharatavani is a new age portal with an objective of sharing knowledge with the public, particularly Indian citizens. So all the content that is available on Bharatavani portal will be free for usage for educational and research purposes.
  • The portal abides by the Copyright (Amendment) Act, 2012, which allows certain activities as non-infringement of copyrights under Section 52.

Can private institutions and individuals contribute to Bharatavani? Will Bharatavani pay an honorarium for the content?

  • They can offer their originally created non-fiction/ knowledge content for free public usage. Author attributions will be given for their contribution. Acceptance of such materials is subject to the approval of the editorial committee.
  • Bharatavani will deploy online tools to enable content submissions in your language/mother tongue.
  • Honorarium rates for the perpetual usage of the content will be decided by the National Advisory Committee, based on the funding of the original content, originality and exclusivity of the content.

How Bharatavani is made accessible for Physically Challenged?

  • Bharatavani will follow the guidelines of Government of India in developing the portal, apart from following internationally accepted accessibility criteria.
  • Bharatavani will incorporate free Text to Speech utility for available languages so that the website content is read out for the visually challenged.

What happens if somebody steals the information from Bharatavani?

  • Bharatavani trusts the public in general. Any plagiarism, wrongful usage based out of Bharatavani content could be brought to our notice immediately. Bharatavani encourages usage of its content to learn and spread the languages, which help in preserving the rich linguistic and cultural heritage of India.

What is the administrative structure of Bharatavani?

  • Bharatavani is run by
  1. A National Advisory Committee comprising of eminent Linguists and knowledge experts.
  2. A Technology Advisory Committee which will guide on the technological aspects of the portal and the language tools.
  3. Language-wise Editorial Committees to aggregate content for Bharatavani.

Where is Bharatavani located?

  • Bharatavani is located inside the campus of CIIL, in Mysuru, Karnataka.
  • Postal address:
    Bharatavani Project
    Central Institute of Indian Languages (CIIL)
    Manasagangotri, Hunsur Road, Mysuru 570006
    Tel: +91-821-2515820 (Director)
    Reception/PABX : +91-821-2345000
    Fax: +91-821-2515032 (Off)
    Email: bharatavaniproject@gmail.com

logo