logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

convention
1.চুক্তি, সন্ধি 2. আচাৰ বিধি, প্রথা, ৰীতি, পৰম্পৰা 3. সন্মিলন, সভা

conventional
পৰম্পৰাগত

conversant
অৱগত, পৰিচিত

convert
1. পৰিৱর্ত্তিত কৰ 2. ধর্মান্তৰিত কৰ

converted leave
পৰিৱর্ত্তিত ছুটী

conveyance
1.পৰিবহণ 2. পৰিবাহক 3. হস্তান্তৰণ (সম্পত্তি)

conveyance allowance
পৰিবহণ ভাট্টা

conveyance deed
হস্তান্তৰণ দলিল

conveyance expenses
পৰিবহণ ব্যয়

convict
দোষী প্রমাণিত অপৰাধী, দণ্ডিত অপৰাধী


logo