logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

concession certificate
ৰেহাই প্রমাণপত্র

concessional rate
ৰেহাই দৰ

conciliation
সন্ধিসূচক, আপোচমূলক

concluding remarks
সমাপন মন্তব্য

conclusion
সমাপন, সমাপ্তি

conclusive
নিশ্চয়াত্মক

concur
সহমত হ, ঐকমত্য হ

concurrence
সন্মতি

condemn
1.জগৰীয়া কৰ 2. ভর্ৎসনা কৰ, গৰিহণা দে 3. বাতিল কৰ 4. বাজেয়াপ্ত কৰ

condition
1.চর্ত 2. পৰিস্থিতি, অৱস্থা, দশা, স্থিতি 3. প্রয়োজনীয় যোগ্যতা 4. দেহৰ অৱস্থা 5. মর্য্যাদা, সম্ভ্রম6.


logo