logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

character certificate
চৰিত্রৰ প্রমাণপত্র

charge
1. আধান 2. দায়িত্ব, কার্য্যভাৰ 3. মূল্য, মাচুল, ব্যয়, ভৰণি 4. অভিযোগ, দোষাৰোপ 5. খাৰ-বাৰুদ 6.বিস্ফোৰ

charge over property
সম্পত্তিৰ ওপৰত মাচুল

charge sheet
অভিযোগনামা

charitable
বদান্য, দাতব্য

charity
1.বদান্যতা, দানশীলতা, কৰুণা 2. পৰোপকাৰ

chart
সংচিত্র,মানচিত্র,ৰেখাচিত্র,লেখাচিত্র

charter
1. ভাৰালৈ ল 2. চনদ, ফির্‌মান, ৰাজলেখ

chasis number
সাঁকোমাৰি সংখ্যা, চেচিচ্‌ নম্বৰ

cheating
প্রতাৰণা, প্রবঞ্চনা, ছলনা


logo