logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

career
জীৱিকা, বৃত্তি, কেৰিয়াৰ

career development
কেৰিয়াৰ বিকাশ

caretaker government
তত্ত্বাৱধায়ক চৰকাৰ

carried forward (c/f)
অগ্রনীত

carry forward
অগ্রনয়ন, আগলৈ লৈ যোৱা

carry over
1.অগ্রনয়ন 2. অৱশিষ্ট

carrying cost
দেয়, ভৰণি

cartage
মালৰ গাড়ী ভাৰা

case
1. ঘটনা 2. অনুসন্ধানযোগ্য ঘটনা 3. মোকর্দমা, গোচৰ 4. গ্রহণযোগ্য যুক্তি, সাক্ষী 5. ৰোগ, ৰোগী 6.উদাহৰণ,

case study
ঘটনাভিত্তিক অধ্যয়ন


logo