logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

canvassing
প্রচাৰ

capability
সামর্থ্য

capable
সমর্থ

capacity
1.ধাৰণ শক্তি 2. আইনগত স্বত্ব বা অধিকাৰ 3. যোগ্যতা, সক্ষমতা, বিচক্ষণতা

capital
1.মূলধন 2. ৰাজধানী

capital expenditure
মূলধনী ব্যয়

capital punishment
মৃত্যুদণ্ড

capitation fee
জনমূৰি শুল্ক

capture
কৰায়ত্ত্ব কৰ

care
1. দুশ্চিন্তা 2. পৰিচর্য্যা 3. সমীহ কৰা, খাতিৰ কৰা 4. সতর্কতা, সাৱধানতা


logo