logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

capital punishment
মৃত্যুদণ্ড

capitation fee
জনমূৰি শুল্ক

capture
কৰায়ত্ত্ব কৰ

care
1. দুশ্চিন্তা 2. পৰিচর্য্যা 3. সমীহ কৰা, খাতিৰ কৰা 4. সতর্কতা, সাৱধানতা

career
জীৱিকা, বৃত্তি, কেৰিয়াৰ

career development
কেৰিয়াৰ বিকাশ

caretaker government
তত্ত্বাৱধায়ক চৰকাৰ

carried forward (c/f)
অগ্রনীত

carry forward
অগ্রনয়ন, আগলৈ লৈ যোৱা

carry over
1.অগ্রনয়ন 2. অৱশিষ্ট


logo