logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

disposal
1.হস্তান্তৰ 2. বিন্যাস, সংস্থাপন 3. পৰিত্যাগ কৰণ

dispose of
1.হস্তান্তৰ কৰ 2. বিন্যাস কৰ, সংস্থাপন কৰ 3. পৰিত্যাগ কৰ

disposition
প্রবৃত্তি, স্বভাৱ

dispossess
স্থানচ্যুত কৰ, বেদখল কৰ, উচ্ছেদ কৰ

dispute
বিবাদ, কাজিয়া

disqualification
1.অযোগ্য ঘোষণা কৰণ 2. অযোগ্যতা, অনর্হতা 3. খুঁত, দোষ

disregard
অৱজ্ঞা, অৱহেলা, অশ্রদ্ধা

disruption
ব্যাঘাত জন্মোৱা, ব্যাহত কৰা

dissatisfaction
অসন্তোষ

dissent
অসন্মতি, আপত্তি


logo