logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

discard
1. ত্যাগ কৰ 2. অগ্রাহ্য কৰ, খাৰিজ কৰ, নামঞ্জুৰ কৰ

discharge
1.ভাৰমুক্ত কৰ 2. যাবলৈ দে, এৰি দে, মুক্তি দে 3. ছুটী দে, কর্মচ্যুত কৰ 4. সম্পন্ন কৰ, দায়িত্ব পালন কৰ

discharge slip
ছুটীৰ ৰোকা

disciplinary action
অনুশাসনমূলক কার্য্যব্যৱস্থা

disciplinary procedure
অনুশাসনমূলক প্রক্রিয়া

discipline
অনুশাসন, শৃংখলা

disclaim
1.দাবী এৰ 2. অস্বীকাৰ কৰ

disclosure
প্রকটন, ফাদিলকৰণ, উন্মুক্তকৰণ

discontent
অসন্তুষ্ট

discontinuance
সমাপন, সমাপ্তি


logo