logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

diet
আহাৰ

digest
1.শ্রেণী বিভাজন কৰ 2. ভালকৈ বুজ, উপলব্ধি কৰ 3. হজম কৰ, জীণ নিয়া

dignified
সৌম্য, ভব্য, মার্জিত

dignity
মর্য্যাদা, গৰিমা

digression
বিক্ষিপ্ততা, চালে বেৰে কোবোৱা

dilatory
বিলম্বকাৰী

dilemma
উভয় সংকট, দোধোৰমোৰ

diligent
অধ্যৱসায়ী, পৰিশ্রমী

dimension
1.মাত্রা 2. বিস্তাৰ, ব্যাপ্তি

diploma
ডিপ্লোমা


logo