logo
भारतवाणी
bharatavani  
logo
Knowledge through Indian Languages
Bharatavani

Fundamental Administrative Terminology (English-Assamese)
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

chart
সংচিত্র,মানচিত্র,ৰেখাচিত্র,লেখাচিত্র

charter
1. ভাৰালৈ ল 2. চনদ, ফির্‌মান, ৰাজলেখ

chasis number
সাঁকোমাৰি সংখ্যা, চেচিচ্‌ নম্বৰ

cheating
প্রতাৰণা, প্রবঞ্চনা, ছলনা

check
1. প্রতিৰোধ কৰ 2. পৰীক্ষা কৰ, মিলা, তুলনা কৰ 3. অনুসন্ধান কৰ, সমীক্ষা চলা

check list
পৰীক্ষা সূচী

check post
তালাচী চকী

chemist
1. ৰসায়নবিদ 2. ঔষধ বিক্রেতা, ঔষধ ব্যৱসায়ী

cheque
চেক, ধনাদেশ

cheque let
চেক পত্রক


logo