भारतीय भाषाओं द्वारा ज्ञान

Knowledge through Indian Languages

Dictionary

English-Assamese-Bodo Trilingual Dictionary (IIT-Guwahati)

Indian Institute of Technology Guwahati (IIT-Guwahati)

A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

additive

n

Bodo Meaning: जरखा थांखियै दाजाबनाय बेसाद

Assamese Meaning: বিশেষ উদ্দেশ্যে সংযোজন কৰা বস্তু।

antinomy

n

Bodo Meaning: मोननै आयेन एबा खान्थिनि गेजेराव गोरोबलायै एबा हेंथा।

Assamese Meaning: ল

Zionism

n

Assamese Meaning: পেলেষ্টাইনত স্বাধীন ইহুদী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ আন্দোলন।

yank

v

Assamese Meaning: হঠাত্ জোৰেৰে টান।

yardstick

n

Assamese Meaning: ১ এগজ দৈৰ্ঘ্যৰ কাপোৰ জোখা মাৰি। ২ মানদণ্ড।

yashmak

n

Assamese Meaning: মুছলমান তিৰোতাই ব্যৱহাৰ কৰা বোৰ্খা।

yaw

v

Assamese Meaning: (জাহাজ বা বিমান) অস্থিৰ হৈ যাত্ৰাপথৰ পৰা আঁতৰি যা।

Yiddish

n

Assamese Meaning: প্ৰাচীন জাৰ্মান ভাষাৰ পৰা উদ্ভূত, ইহুদীসকলৰ মাজত প্ৰচলিত ভাষা-বিশেষ।

yodel

v

Assamese Meaning: উচ্চ-নিম্ন ধ্বনিৰে চিঞৰ।

yoga

n

Assamese Meaning: যোবা, যোগাসন।

yoghurt

n

Assamese Meaning: তপতোৱা গাখীৰৰ দৈ।

yogi

n

Assamese Meaning: যোগ অভ্যাস কৰোঁতা, যোগী।

Yellow Pages

n

Assamese Meaning: টেলিফোন ডাইৰেক্টৰীৰ শেষৰ পিনে সন্নিৱিষ্ট হালধীয়া কাগজত মুদ্ৰিত বিভিন্ন তথ্যৰ পৃষ্ঠা।

youngish

adj

Assamese Meaning: তাৰুণ্যপূৰ্ণ, বেচ তৰুণ।

yowl

n

Assamese Meaning: কুকুৰ আদিৰ বিননি।

yoyo

n

Assamese Meaning: এডাল সূতাত এটা চকৰি উঠা-নমা কৰা খেলা-সামগ্ৰী।

yule log

n

Assamese Meaning: বৰদিনৰ পূৰ্বসন্ধ্যাত দাহ কৰা কাষ্ঠখণ্ড।

yuletide

n

Assamese Meaning: বৰদিনৰ ঋতু।

xenophobia

n

Assamese Meaning: বিদেশী লোকৰ প্ৰতি অহেতুক ভীতি : বিদেশী-আতংক।

Xerox

n

Assamese Meaning: আলোক-প্ৰতিলিপি।

Languages

Dictionary Search

Loading Results

Quick Search

Follow Us :   
  भारतवाणी ऐप डाउनलोड करो
  Bharatavani Windows App
WP Filter Posts Powered By : XYZScripts.com